বিজেপিৰ ৰাৱনাপাৰ পঞ্চায়ত ৰ অন্তৰ্গত নিৰ্বাচনী কাৰ্যালয় ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অগন্তক লোক সভা নিৰ্বাচনক কেন্দ্ৰ কৰি এই সভা অনুষ্ঠিত হয়। ৰাওনা পাৰ পঞ্চায়ত অন্তৰ্গত বিজেপি কর্মী সকলে মণ্ডল সভাপতি য়ে অংশগ্ৰহণ কৰে। বিজেপিত যোগদান কৰা ব্যক্তি সকলক সম্ভৰ্ধনা তথা আদৰণি জনাই।