Public App Logo
Jansamasya
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah

ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰত ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল কাৰ্য্যলয়ত এখন অতি গুৰুত্বপূৰ্ণ সভা

আজি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল কাৰ্য্যলয়ত এখন অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। আজিৰ সভাত অহাকালি ১০ নৱেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিলাষী আঁচনিৰ যোগেদি খাদ্য সুৰক্ষা আইনৰ অধীনস্থ সকলো ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত পৰিয়াললৈ কম দামত মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ কৰাৰ হব লগতে বুথ সমূহত হ'বলগীয়া চাৰ্ভে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰত ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল কাৰ্য্যলয়ত এখন অতি গুৰুত্বপূৰ্ণ সভা - Ghograpar Part News