ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ দক্ষিণ মহিনাত কাতিমহীয়া ধর্মীয় উৎসৱত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
আজি নিশা দক্ষিণ মহিনা কাতিমহীয়া ধর্মীয় উৎসৱ উদযাপন অনুষ্ঠানত উপস্থিত থাকি নাগাৰা নাম উপভোগ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।ইফালে নাগাৰা নাম চাবলৈ যথেষ্ট লোকে ভীৰ কৰে