Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰত অগপৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনত জাতীয় স্বাভীমান দিৱস উদযাপন

নলবাৰীত অগপৰ উদ্যোগত উদযাপন কৰা সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ ওপজা দিন।নলবাৰী বিধান সভা সমষ্টি সমিতিৰ উদ্যোগত নলবাৰীৰ ঘগ্ৰাপাৰৰ হৰিমন্দিৰৰ প্ৰাঙ্গণত উদযাপন কৰা হয় জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন।প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে একেলগে এইদৰে জুবিন গাৰ্গৰ সংগীত পৰিবেশন কৰে।পাঁচ শতাধিক অগপ নেতা কৰ্মীয়ে সমস্বৰে গালে জুবিন গাৰ্গৰ সংগীত।