ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰত অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ ঘগ্রাপাৰ আঞ্চলিক সমিতি গঠন
আগন্তুক ২০২৬ ৰ বিধান সভা নিৰ্বাচনক লৈ অসম গণ পৰিষদ দলৰ জিলা,সমষ্টি,আঞ্চলিক সমিতিসমুহে সভা সমিতি আয়োজন কৰা পৰিলক্ষিত হৈছে। এই উপলক্ষে আজি সমষ্টিটোৰ অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদ ঘগ্রাপাৰ আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয়।