ঘগ্ৰাপাৰ ভাগ: গুৱাকুছিৰ ৭০ সংখ্যক শিলপোতাবৰী সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ সামৰণি
বৃহত্তৰ পূবনলবাৰী অঞ্চলৰ আধ্যাত্মিক তথা কিংবদন্তী কাহিনীৰে পৰিপূৰ্ণ ধৰ্মীয় অনুষ্ঠান শিলপোতাবৰী গোপাল মন্দিৰত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৭০ সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱ সামৰণি পৰে।সামৰণি ৰ নিশা নাগাৰা নাম পৰিবেশন কৰা হয়