Public App Logo
Jansamasya
Jodhpur
Amitshah
Uppolice
Live
Pratapgarh
Westbengal
Farrukhabad
Mirzapur
Rain
Tikamgarh
Prayagraj
Modiji
���ोगी_आदित्यनाथ
Indianrailways
Letestnews
���ाइक
���ायरल
Arvindkejriwal
Kedarnath
Weather
Rahul
Indianews
New_delhi
Akhileshyadav
Upnews
Newsupdate
Viralvideo
Pressconference
Latestnews

ঘগ্ৰাপাৰ ভাগ: ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰৰ মণ্ডল কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক ,উপস্থিত মণ্ডলৰ সভাপতি মনোজ ডেকা

আজি সন্ধিয়া ভাগত ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল কাৰ্যালয়ত পঞ্চায়ত প্ৰভাৰী আৰু আই টি চেলৰ সদস্য সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ঘগ্ৰাপাৰ মণ্ডলৰ সভাপতি মনোজ ডেকাৰ উপস্থিতিত।উক্ত বৈঠকত অহা ১১ আৰু ১২ নৱেম্বৰত ঘগ্ৰাপাৰ মণ্ডলৰ অন্তৰ্গত প্ৰতিটো বুথৰ সমিতি সমূহ নিৰীক্ষণ কৰা হ'ব সেই উদ্দেশ্যে আলোচনা কৰা হয়।
ঘগ্ৰাপাৰ ভাগ: ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰৰ মণ্ডল কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক ,উপস্থিত মণ্ডলৰ সভাপতি মনোজ ডেকা - Ghograpar Part News