📌নলবাৰীত উ*দণ্ড বাইকাৰৰ বিৰুদ্ধে যানবাহন আৰক্ষীৰ অভিযান! 📌বিকট শব্দ সৃষ্টি কৰা বাইক জব্দ নলবাৰী যানবাহন আৰক্ষীৰ। 📌উচ্চ শব্দ কৰি ৰাজপথত চলোৱা বাইকৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ। #NewsUpdate #AssamNews #PrimeNews #nalbarinews #PrimeNews24