সোণাৰি: চৰাইদেউ বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত অনুষ্ঠিত হʼল পৰ্যালোচনা সভা
আগন্তুক ৯মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাটত অংশগ্ৰহণ কৰিব লগীয়া সভাৰ বাবে মঙলবাৰে চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হʼল পৰ্যালোচনা বৈঠক । সভাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, জিলা প্ৰভাৰী সুভাষ দত্ত, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি বিজেপিৰ কৰ্মী সকল উপস্থিত থাকে ।