সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে ডিপ্লিং বাগিছা, দুৱৰীবাম, ছেত্ৰিকুনা অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ২২০লিটাৰ পাছ নষ্ট
চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকটিবাৰী আৰক্ষী আৰু সোণাৰি আৰক্ষীৰ সহযোগত ডিপ্লিং বাগিছা দুৱৰীবাম, ছেত্ৰিকুনা ৰতনপুৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ২২০ লিটাৰ চুলাইৰ পাছ আৰু বিক্ৰী বাবে ৰখা ২০ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম ৷