সোণাৰি: চৰাইদেউ লেঙীবৰত লেংগীৱৰ চাহ বাগিচাৰ বিদ্যালয়ৰ নতুন ভৱন আধাৰশিলা অসম চৰকাৰৰ মন্ত্ৰী ৰনোজ পেগুৰ ৷
চৰাইদেউ জিলাৰ লেঙীবৰ চাহ বাগিচাৰ বিদ্যালয়ৰ নতুন ভৱন নিৰ্মানৰ কাম আধাৰশিলা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ ৷ উক্ত অনুস্থানত উপস্থিত থাকে সোণাৰি আৰু নাজিৰাৰ বিধায়কদ্বয় ক্ৰমে শ্ৰীধৰ্মেশ্বৰ কোৱঁৰ আৰু শ্ৰীদেৱব্ৰত শইকীয়াৰ লগতে শিৱসাগৰৰ আয়ুক্ত আদিত্য বিক্রম যাদৱ ৷