Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
भारत
भाजपा
मुख्यमंत्री
Congress
Modi
Delhi
Viral
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Nsui
Pmmodi
Ipl
Rahulgandhi
यूपी
Pm

হাজো: জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি হাজোৰ ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহত আদায় কৰা হয় সমূহীয়া নামাজ

Hajo, Kamrup | Sep 20, 2025
জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি শনিবাৰে হাজোৰ ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহত আদায় কৰা হৈছে সমূহীয়া নামাজ। জুবিন গাৰ্গৰ আত্মাৰ সদগতি বাবে আয়োজন কৰা নামাজত অংশ লয় পোৱামক্কা দৰগাহৰ খাদিম আলহাজ ফৰিদ আলী লগতে পোৱামক্কা দৰগাহ পৰিচালনা সমিতিৰ সকলো বিষয় ববীয়াই।