Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

হাজো: আজি মহাষ্টমী পূজা,কামৰূপৰ বংশৰত ৩৫তম দুৰ্গাপূজা উদযাপন আয়তি সকলৰ নাম প্ৰসংগৰে মুখৰিত পূজা মণ্ডপস্থলী

Hajo, Kamrup | Sep 30, 2025
আজি মহা অষ্টমী পূজা, ৰাজ্য জুৰি চলিছে মা দুৰ্গাক আৰাধনা। কামৰূপৰ বংশৰতো ৩৫তম দুৰ্গাপূজা উদযাপন। মঙলবাৰে সদৌ বংশৰ দুৰ্গা পূজা উদযাপন সমিতিয়ে সংবাদ মাধ্যমৰ আগত জনালে এইবাৰৰ কাৰ্যসূচী। পূজা অৰ্চনা ,পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে মুখাৰিত কৰি তুলিছে পুজা মণ্ডপ। আয়তি সকলৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে পূজা মণ্ডপস্থলী।