Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

হাজো: হাজোত চাঞ্চল্যকৰ ঘটনা,স্বামী আৰু তিনি সন্তানক এৰি অন্তৰ্ধান এগৰাকী মহিলা,হাজো আৰক্ষী থানাত এজাহাৰ দাখিল

Hajo, Kamrup | Sep 19, 2025
হাজোত চাঞ্চল্যকৰ ঘটনা। স্বামী আৰু তিনি সন্তানক এৰি অন্তৰ্ধান এগৰাকী মহিলা। এজন যুৱকৰ সৈতে পলাই যোৱাৰ অভিযোগ। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত জনালে স্বামীয়ে। বহু বিচাৰ খোচাৰ কৰিও পোৱা নাই সম্ভেদ। উপায়ন্তৰ হৈ স্বামীয়ে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল।
হাজো: হাজোত চাঞ্চল্যকৰ ঘটনা,স্বামী আৰু তিনি সন্তানক এৰি অন্তৰ্ধান এগৰাকী মহিলা,হাজো আৰক্ষী থানাত এজাহাৰ দাখিল - Hajo News