Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Rajasthan
���मित_शाह
Breakingnews
���हिला
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata

হাজো: আজি মহা-অষ্টমী হাজো বৰম্বৈ পূজা মণ্ডপত আৰম্ভ সন্ধি পূজা,শতাধিক ভক্তই কৰিলে সন্ধি পূজা

Hajo, Kamrup | Sep 30, 2025
আজি মহা-অষ্টমী। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূর্গাৰ বা বন্দনাৰে মুখৰিত প্ৰতি খন পূজা মণ্ডপ। মহা অষ্টমী উপলক্ষে প্ৰতিখন পূজা মণ্ডপত আৰম্ভ হৈছে সন্ধিপূজা। মঙলবাৰে হাজো বৰম্বৈ পূজা মণ্ডপতো আৰম্ভ সন্ধি পূজা।শতাধিক ভক্তই কৰিলে সন্ধি পূজা
হাজো: আজি মহা-অষ্টমী হাজো বৰম্বৈ পূজা মণ্ডপত আৰম্ভ সন্ধি পূজা,শতাধিক ভক্তই কৰিলে সন্ধি পূজা - Hajo News