Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

হাজো: আজি ষষ্ঠী,শুৱালকুছিত দুৰ্গা পূজাৰ শতবৰ্ষ উদযাপন উপলক্ষে এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়,৫ সহস্ৰাধিকৰ অংশগ্ৰহণ

Hajo, Kamrup | Sep 28, 2025
আজি ষষ্ঠী। দেওবাৰে শুৱালকুছিৰ কেওঁটপাৰাৰ ঈশ্বৰ শ্ৰী শ্ৰী গোপাল কৃষ্ণ সত্ৰ ৰাইজৰ গয়ৰহৰ উদ্যোগত শ্ৰী শ্ৰী দুৰ্গা পূজাৰ শতবৰ্ষ উদযাপন উপলক্ষে নগৰত এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়।এই ধৰ্মীয় শোভাযাত্ৰাত শুভাৰম্ভণি কৰে অসম ৰাজ্যিক বিজেপি মেডিকেল চেলৰ সহ আহ্বায়ক ডাঃ বেদ্ৰবত পাঠকে। ধৰ্মীয় শোভাযাত্ৰাত ৫ সহস্ৰাধিকৰো অধিক ভকত বৈষ্ণৱ তথা যুৱক যুৱতীৰ অংশগ্ৰহণ।