Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

হাজো: বস্ত্ৰনগৰী শুৱালকুছিত জুবিনৰ এখন ফটোক কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতি,এজন যুৱকক উত্তম মাধ্যম জুবিন অনুৰাগীৰ

Hajo, Kamrup | Sep 23, 2025
মঙলবাৰে বস্ত্ৰনগৰী শুৱালকুছিত জুবিনৰ এখন ফটোক কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতি। এজন যুৱকক উত্তম মাধ্যম জুবিন অনুৰাগীৰ।তামুলপুৰৰ এজন যুৱকে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ফটো বিকৃত কৰি প্ৰচাৰ কৰিছিল। শুৱালকুছিত কৰ্ম সূত্ৰে আছিল যুৱজন। আৰু তাৰ পাছতে জুবিন অনুৰাগীৰ ৰোষত পৰে তামোল পুৰৰ যুৱক কৈলাস দাস। শুৱালকুছিৰ জুবিন অনুৰাগীৰ যুৱক সকলে উত্তম মাধ্যম সোধাই যুৱক জনক। ৰাইজৰ হাতৰ পৰা অৱশেষত উদ্ধাৰ কৰিলে শুৱালকুছি আৰক্ষীয়ে।