গোলাঘাটৰ পাছত এইবাৰ শিৱসাগৰত আদালতলৈ খোজকাঢ়ি নিলে ধৃত ড্ৰাগছ সৰবৰাহকাৰীক
ইতিমধ্যে ৰাজু আলি নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা দিনৰ পূৰ্বে
*ধৃত ড্ৰাগছ সৰবৰাহকাৰীক আজি এনেদৰেই আদালতলৈ খোজকঢ়াই লৈ গল শিৱসাগৰ আৰক্ষীয়ে।
*ড্ৰাগছ সৰবৰাহৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে শেহতীয়াকৈ আটক কৰিছিল শিৱসাগৰ নগৰৰ ৰাজু আলি, বাবুল আলি, বিশাল হাজৰিকা, বলেন হাজৰিকা, অৰ্ণাভ চৰকাৰ, নামদাঙৰ ৰাহুল দাস ভটিয়াপাৰৰ দীপাংকৰ গগৈ, ৰিতুৰাজ গগৈ আৰু ৰুদ্ৰসাগৰৰ উৎপল দাসক।
*কেইজন ধৃত ড্ৰাগছ সৰবৰাহকাৰীক আদালতত হাজিৰ কৰোৱাৰ বাবে খোজেৰে লৈ যায় শিৱসাগৰ আৰক্ষীয়ে।
*শিৱসাগৰ আৰক্ষীয়ে 201/26 নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ 112 আৰু R/W 21/(b) NDPS ধাৰাৰ অধীনত আদালতত হাজিৰ কৰে।
#highlight
#everyonefollowers
#followerseveryone
#sivasagarpolice