Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
मारपीट
Jharkhand
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh
Haryana
मंत्री

News in Sibsagar

শিৱসাগৰত জিলা প্ৰশাসনৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস উদযাপন 

Partition Horrors Remembrance Day Observed in Sivasagar

Partition Horrors Remembrance Day was observed in Sivasagar under the initiative of the district administration.

A candlelight procession was taken out from the Sivasagar Deputy Commissioner’s Office as part of the programme. Sivasagar Deputy Commissioner Mridul Yadav inaugurated the programme and also participated in the procession.

Meanwhile, in collaboration with the Assam State Urban Livelihoods Mission , Sivasagar, the Har Ghar Tiranga programme was also carried out as part of the observance.

#highlightseveryone 
#everyonehighlights
 #followerseveryone
 #nonfollowers

শিৱসাগৰত জিলা প্ৰশাসনৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস উদযাপন Partition Horrors Remembrance Day Observed in Sivasagar Partition Horrors Remembrance Day was observed in Sivasagar under the initiative of the district administration. A candlelight procession was taken out from the Sivasagar Deputy Commissioner’s Office as part of the programme. Sivasagar Deputy Commissioner Mridul Yadav inaugurated the programme and also participated in the procession. Meanwhile, in collaboration with the Assam State Urban Livelihoods Mission , Sivasagar, the Har Ghar Tiranga programme was also carried out as part of the observance. #highlightseveryone #everyonehighlights #followerseveryone #nonfollowers

Sibsagar, Sivasagar | Aug 14, 2026

শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়ালৈ মুখ্যমন্ত্ৰীৰ বিশেষ পদক
#highlight #everyonefollowers #followerseveryone #sivasagarpolice

শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়ালৈ মুখ্যমন্ত্ৰীৰ বিশেষ পদক #highlight #everyonefollowers #followerseveryone #sivasagarpolice

Sibsagar, Sivasagar | Aug 14, 2026

একত্ৰিত হোৱাৰ দিশে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা 

সদৌ উজনি-মধ্য কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নাম সলনি

 শিৱসাগৰত সংবাদমেল যোগে সদৰি সংগঠনটোৰ নেতৃত্বৰ। 

ইয়াৰ পিছত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা একত্ৰিত হিচাপে চিহ্নিত হ'ব সংগঠনটো। 

আনহাতে উজনিত সংঘটিত বান পৰিস্থিতি সন্দৰ্ভতো চৰকাৰৰ প্ৰতি একাধিক দাবী সংগঠনটোৰ।

#highlight #everyone #follower

একত্ৰিত হোৱাৰ দিশে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা সদৌ উজনি-মধ্য কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নাম সলনি শিৱসাগৰত সংবাদমেল যোগে সদৰি সংগঠনটোৰ নেতৃত্বৰ। ইয়াৰ পিছত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা একত্ৰিত হিচাপে চিহ্নিত হ'ব সংগঠনটো। আনহাতে উজনিত সংঘটিত বান পৰিস্থিতি সন্দৰ্ভতো চৰকাৰৰ প্ৰতি একাধিক দাবী সংগঠনটোৰ। #highlight #everyone #follower

Sibsagar, Sivasagar | Aug 14, 2026

শিৱসাগৰত বানাক্ৰান্তৰ সাহাৰ্য প্ৰদানৰ বিষয়ত স্পষ্টীকৰণ দিয়ে পূৰ্ণিমা বৰগোহাঁয়ে 

মোৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে , যি গৰাকী মহিলাই মাৰপিট কৰা বুলি কৈছে তেখেতৰ পৰিয়ালৰ প্ৰায় সকলে পাইছে ইয়াৰ তথ্য ফটো আছে চাওক । মাত্ৰ তেখেতে নাই পোৱা অহাত পলম হ'ল আৰু ইতিমধ্যে কাপোৰ শেষ হৈছিল।

কোনো মাৰপিট কৰা নাই আনকি জাতিগত মন্তব্য কৰা নাই এয়া মিছা প্ৰচাৰ। 

এনেকুৱা মানসিকতা থকা হ'লে পানী হোৱা কেইদিন সেই সকলক মোৰ ঘৰৰ ৰাখিবলৈ ব্যৱস্থা নকৰিলোহেতেন । 

আজি ইয়াৰ স্থানীয় সকলো ৰাইজ আহিছে এই বিষয় আলোচনা কৰিছো আপোনালোকে আন মানুহক সুধিলেও ক'ব সত্য কি 

জনৈক পপী দাস নামৰ এগৰাকী মহিলাই বান সাহায্য বিচাৰি যাওঁতে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰাৰ সন্দৰ্ভত নিজৰ মত দাঙি ধৰে এনেদৰে স্থানীয় প্ৰতিবেশীৰ লগতে পূৰ্ণিমা বৰগোহাঁয়ে 

#highlight #everyonefollowers

শিৱসাগৰত বানাক্ৰান্তৰ সাহাৰ্য প্ৰদানৰ বিষয়ত স্পষ্টীকৰণ দিয়ে পূৰ্ণিমা বৰগোহাঁয়ে মোৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে , যি গৰাকী মহিলাই মাৰপিট কৰা বুলি কৈছে তেখেতৰ পৰিয়ালৰ প্ৰায় সকলে পাইছে ইয়াৰ তথ্য ফটো আছে চাওক । মাত্ৰ তেখেতে নাই পোৱা অহাত পলম হ'ল আৰু ইতিমধ্যে কাপোৰ শেষ হৈছিল। কোনো মাৰপিট কৰা নাই আনকি জাতিগত মন্তব্য কৰা নাই এয়া মিছা প্ৰচাৰ। এনেকুৱা মানসিকতা থকা হ'লে পানী হোৱা কেইদিন সেই সকলক মোৰ ঘৰৰ ৰাখিবলৈ ব্যৱস্থা নকৰিলোহেতেন । আজি ইয়াৰ স্থানীয় সকলো ৰাইজ আহিছে এই বিষয় আলোচনা কৰিছো আপোনালোকে আন মানুহক সুধিলেও ক'ব সত্য কি জনৈক পপী দাস নামৰ এগৰাকী মহিলাই বান সাহায্য বিচাৰি যাওঁতে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰাৰ সন্দৰ্ভত নিজৰ মত দাঙি ধৰে এনেদৰে স্থানীয় প্ৰতিবেশীৰ লগতে পূৰ্ণিমা বৰগোহাঁয়ে #highlight #everyonefollowers

Sibsagar, Sivasagar | Aug 13, 2026

শৃংখল চলিহাৰ এইবাৰ যুদ্ধং দেহি ৰূপ সুশান্ত বৰগোহাঁয়ৰ বিৰুদ্ধে 

 সুশান্ত বৰগোহাঁইৰ মন্ত্ৰীত্ব নাকাটিলে শিৱসাগৰত বীৰ লাচিত সেনাই কৰিব তীব্ৰ আন্দোলন 

সুশান্ত বৰগোহাঁইক অলপ ষ্ট্ৰেণ্ডাদ গুন্দা ৰাখিবলৈ আহ্বান শৃংখল চলিহাৰ 

#everyonefollowers #highlightseveryone #followerseveryone #follower

শৃংখল চলিহাৰ এইবাৰ যুদ্ধং দেহি ৰূপ সুশান্ত বৰগোহাঁয়ৰ বিৰুদ্ধে সুশান্ত বৰগোহাঁইৰ মন্ত্ৰীত্ব নাকাটিলে শিৱসাগৰত বীৰ লাচিত সেনাই কৰিব তীব্ৰ আন্দোলন সুশান্ত বৰগোহাঁইক অলপ ষ্ট্ৰেণ্ডাদ গুন্দা ৰাখিবলৈ আহ্বান শৃংখল চলিহাৰ #everyonefollowers #highlightseveryone #followerseveryone #follower

Sibsagar, Sivasagar | Aug 13, 2026

পুনৰ আন্দোলনৰ বাবে সাজু বিধায়ক অখিল গগৈ 

শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়িত কৰিব অখিল গগৈয়ে প্ৰতিবাদী কাৰ্যসূচী দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে
#hightlights #everyonefollowers #akhilgogoi #Dcসivasagar

পুনৰ আন্দোলনৰ বাবে সাজু বিধায়ক অখিল গগৈ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়িত কৰিব অখিল গগৈয়ে প্ৰতিবাদী কাৰ্যসূচী দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে #hightlights #everyonefollowers #akhilgogoi #Dcসivasagar

Sibsagar, Sivasagar | Aug 12, 2026