Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

কলগাছিয়া: খাৰবাল্লি গাঁৱৰ বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ৰফিকুল ইছলামে

Kalgachia, Barpeta | Nov 21, 2025
খাৰবাল্লি গাঁৱৰ বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ৰফিকুল ইছলামৰ । বেঁকী নৈৰ গৰাখহনীয়াত চপৰা-চপৰে খহিছে কলগাছিয়াৰ খাৰবাল্লি গাঁও। যি কোনো মূহুৰ্ততে নিশ্চিহ্ন হোৱাৰ পথত গাঁওখন। এনে এক বিপদসংকুল পৰিস্থিতিত আপোন ঘৰ, খেতি মাটি হেৰুওৱাৰ শংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে৷ শুক্ৰবাৰে স্থানীয় বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে গৰাখহনীয়াস্থল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভাগীয় কৰ্তিপক্ষক ফোন কৰি তাৎক্ষণিকভাবে সমস্যা সমাধান কৰাৰ নিৰ্দেশ দিয়ে।

MORE NEWS

কলগাছিয়া: খাৰবাল্লি গাঁৱৰ বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ৰফিকুল ইছলামে - Kalgachia News