অনলাইন চুমাৰ প্ৰেমত বলিয়া কলকাতাৰ গুপ্তাজী! প্ৰেয়সীক বিচাৰি পালেহি নগাঁৱৰ জাজৰী হীৰাগাঁও সুদূৰ কলকাতাৰ পৰা দৌৰি গুপ্তাজী।এটি সন্তানৰ মাতৃ সৈতে কলকাতাৰ কৃষান কুমাৰ গুপ্তাৰ প্ৰেম কাহিনী শুনকচোন.....
#viralpost #viralreelschallenge #viralreels #viral #viralshorts #assam #nagaon #kolkota #guwahati #AssamNews
Nagaon, Nagaon | Nov 22, 2026