বজালী ভাগ: বজালীৰ গোবিন্দ ভৱন গীতা সত্ৰত প্ৰভু মঠৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
বজালীৰ গোবিন্দ ভৱন গীতা সত্ৰত প্ৰভু মঠৰ ৰবিবাৰে আধাৰশিলা স্থাপন কৰা হয় ৷ বজালীৰ গোবিন্দ ভৱন গীতা সত্ৰত প্ৰভু মঠৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মহাপুৰুষ শ্ৰীমৎ কৃষ্ণানন্দ ব্ৰহ্মচাৰী দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত অঞ্চলটোৰ ভক্ত সকল উপস্থিত থাকে ৷