Public App Logo
Profile Picture

Shamimul Islam

@sangbad
94747Followers
3Following
ভূৰাগাঁও: বানমুৰিত জুইত ভস্মীভূত জে ছি আইৰ গোদাম পৰিদৰ্শন বিধায়ক আছিফ মহম্মদ নাজাৰৰ, সমগ্ৰ পৰিস্থিতিৰ বুজ লয় বিধায়কগৰাকীয়ে
ভূৰাগাঁও: ভূৰাগাঁৱৰ মৰাপাট কলত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ২৫হেজাৰ কুণ্টইল মৰাপাট।
ভূৰাগাঁও: ভূৰাগাঁৱৰ তাপতলাত জে ছি আইৰ ভস্মীভূত মৰাপাট গুদামৰ বুজলয় মৰিগাঁও জিলা আয়ুক্তই।
ভূৰাগাঁও: টেঙাগুৰিত কংগ্ৰেছ-এআইইউডিএফ কৰ্মীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এআইইউডিএফৰ সভাত কংগ্ৰেছ জিন্দাবাদ শ্লʼগান দিয়াকলৈ
ভূৰাগাঁও: ভূৰাগাঁৱৰ টেঙাগুৰিত এ আই ইউ ডি এফ দলৰ প্ৰাক নিৰ্বাচনী সভা,উপস্থিত থাকে দলটোৰ দুই বিধায়ক।
ভূৰাগাঁও: ভূৰাগাঁও মহাবিদ্যালয়ৰ সমাৰোহ সপ্তাহৰ লগতে গ্ৰন্থ-হস্ততাত বস্ত্ৰ মেলাৰ আয়োজন।
ভূৰাগাঁও: মলহু প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত বহি মূল্যায়ক বিষয়া হিচাবে উপস্থিত থাকে জিলা কৃষি বিষয়া
ভূৰাগাঁও: বালিপাৰা জংগল গাঁৱৰ সূলভ মূল্যৰ এজেণ্ট আব্দুল জব্বৰৰ বিৰুদ্ধে গ্ৰাহকক চাউল কমকৈ দিয়াৰ অভিযোগ,থানাত এজাহাৰ দাখিল।
ভূৰাগাঁও: ভূৰাগাঁৱৰ বালিডোঙাত পথ দূৰ্ঘটনা মথাউৰিৰ পৰা ভাগৰিল ট্ৰেক্টৰ,কথমপি প্ৰাণৰক্ষা চালকৰ লগতে কেইবাজনৰ।
ভূৰাগাঁও: ভূৰাগাঁৱৰ চেতুৱাইখাইটি গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা,থানাত এজাহাৰ দাখিল ভুক্তভোগী পত্নীৰ।
ভূৰাগাঁও: টেঙাগুৰিৰ পৰা লাহৰীঘাট আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ সৰবৰাহকাৰী, এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ জব্দ
ভূৰাগাঁও: ভূৰাগাঁৱৰ ঔতলাবড়ীত চৰকাৰী দাগৰ মাটি-ৰাস্তা খান্দি বিক্ৰী! থানাত এজাহাৰ দাখিল।
ভূৰাগাঁও: লাহৰীঘাটত দলীয় কৰ্মীৰ সৈতে লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংগঠনিক দিশত আলোচনা কৰে AIUDFৰ কেন্দ্ৰীয় সদস্য তথা জিলা সভাপতিয়ে
ভূৰাগাঁও: প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত স্তদ্ধ ভূৰাগাঁও অঞ্চলৰ জন-,জীৱন হাহাকাৰ ব্যৱসায়িৰ।
ভূৰাগাঁও: খৰালিৰ সময়তে ভূৰাগাঁৱৰ খহনীয়া সমস্যাৰ সমাধানৰ দাবী জলসম্পদ মন্ত্ৰীক নৈপৰীয়া ৰাইজৰ
ভূৰাগাঁও: বগলীপাৰাত কৃষি বিভাগৰ জ্ঞান প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে জিলা আয়ুক্তই।
ভূৰাগাঁও: বৰালিমাৰীত ৰাইজৰ সৈতে মতবিনিময় নগাঁও লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শিখা শৰ্মাৰ
ভূৰাগাঁও: সদৌ অসম ভিত্তিত প্ৰাইজমানি দিবা-নৈশ ভলিবল খেলত কাবেৰী চিড ক্লাৱ বিজয়ী।
ভূৰাগাঁও: বিস্মিতা গগৈ, অংকিতা দত্তৰ কংগ্ৰেছ সন্দৰ্ভত ভূৰাগাঁৱত জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সম্পাদকৰ মন্তব্য
ভূৰাগাঁও: ১ নং বৰকুৰ বালক প্ৰাথমিক বিদ্যালয়ত ব্যাপক দুৰ্নীতি প্ৰধান শিক্ষকৰ।
ভূৰাগাঁও: ৰঙাদৰীয়াত শতাধিক কংগ্ৰেছ কৰ্মীৰ AIUDFত যোগদান, সভাত উপস্থিত জিলা AIUDFৰ সভাপতি
ভূৰাগাঁও: ভূৰাগাঁৱৰ এগৰাকী মহিলা নিৰুদ্দেশ,মহিলা গৰাকীৰ সন্ধান পালে পৰিয়ালৰ সৈতে যোগাযোগৰ আহব্বান পৰিয়াল বৰ্গৰ।
ভূৰাগাঁও: ৰথখোলাত সাৰ্বজনীন কীৰ্ত্তন অনুষ্ঠিত, উক্ত অনুষ্ঠানত উপস্থিত বিধায়ক আছিফ নাজাৰ
ভূৰাগাঁও: উলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা আয়ুক্তগৰাকীৰ গীতে মন মুহিলে ৰাইজক
ভূৰাগাঁও: উলুবাৰীৰ প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ডা আছিফ নাজাৰ।