Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ভূৰাগাঁও: ৰঙাদৰীয়াত শতাধিক কংগ্ৰেছ কৰ্মীৰ AIUDFত যোগদান, সভাত উপস্থিত জিলা AIUDFৰ সভাপতি

Bhuragaon, Morigaon | Jan 28, 2024
নৱ গঠিত লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰঙাদৰীয়াত অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ এখনি যোগদান সভা,সভাখনত কংগ্ৰেছৰ দল ত্যাগ কৰি প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে এ আই ইউ ডি এফ দলত যোগদান কৰে। সভাখনত উপস্থিত থাকে এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সদস্য তথা মৰিগাঁও জিলা সভাপতি ছিদ্দিক আহমেদৰ লগতে দলটোৰ কৰ্মকতা সকল।