Public App Logo
Jansamasya
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
No video available

ভূৰাগাঁও: প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত স্তদ্ধ ভূৰাগাঁও অঞ্চলৰ জন-,জীৱন হাহাকাৰ ব্যৱসায়িৰ।

Bhuragaon, Morigaon | Feb 2, 2024
শুক্ৰবাৰে সন্ধিয়াৰ ভাগত হঠাৎ ভূৰাগাঁও অঞ্চলত বলা এজাক প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত স্তদ্ধ হৈ পৰে জন-জীৱন। হঠাৎ অহা ধুমুহা বৰষুণৰ ফলত হাহাকাৰ লাগে বজাৰৰ ব্যৱসায়ী সকলৰ মাজত। আধাতে সামৰিব লগা হয় দোকান-পোহাৰ।
ভূৰাগাঁও: প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত স্তদ্ধ ভূৰাগাঁও অঞ্চলৰ জন-,জীৱন হাহাকাৰ ব্যৱসায়িৰ। - Bhuragaon News