Public App Logo
Jansamasya
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
No video available

ভূৰাগাঁও: উলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা আয়ুক্তগৰাকীৰ গীতে মন মুহিলে ৰাইজক

Bhuragaon, Morigaon | Jan 27, 2024
লাহৰীঘাট বিধানসভা সমষ্টিৰ উলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন । উক্ত অনুষ্ঠানৰ দ্বিতীয় দিনা শনিবাৰে উপস্থিত হয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । আয়ুক্তগৰাকীৰ গীতে মন মুহিলে উপস্থিত শ শ দৰ্শকক।