ভূৰাগাঁও: বিস্মিতা গগৈ, অংকিতা দত্তৰ কংগ্ৰেছ সন্দৰ্ভত ভূৰাগাঁৱত জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সম্পাদকৰ মন্তব্য
প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ আৰু অংকিতা দত্তৰ কংগ্ৰেছ দলৰ ত্যাগ কৰি বিজেপি দলত যোগদান সন্দৰ্ভত ভূৰাগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সম্পাদক আনোৱাৰ হুছেইনৰ। বিস্মিতা গগৈক কংগ্ৰেছে সকলো প্ৰদান কৰিছিল।