ভূৰাগাঁও: বালিপাৰা জংগল গাঁৱৰ সূলভ মূল্যৰ এজেণ্ট আব্দুল জব্বৰৰ বিৰুদ্ধে গ্ৰাহকক চাউল কমকৈ দিয়াৰ অভিযোগ,থানাত এজাহাৰ দাখিল।
ভুৰাগাওঁ ৰাজহচক্ৰৰ অন্তৰ্গত বালিপাৰা জংগল গাঁৱৰ সুলভ মূল্যৰ এজেণ্ট আব্দুল ৰহমানৰ বিৰুদ্ধে ৰেচনকাৰ্ডৰ গ্ৰাহকক চাউল কমকৈ দিয়াৰ লগে গ্ৰাহকক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ভুৰাগাওঁ থানাত দাখিল কৰিছে এজাহাৰ।ঘটনা সন্দৰ্ভত এনেদৰে কলে ভুক্তভোগীয়ে।