ভূৰাগাঁও: ভূৰাগাঁৱৰ চেতুৱাইখাইটি গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা,থানাত এজাহাৰ দাখিল ভুক্তভোগী পত্নীৰ।
ভূৰাগাঁৱৰ চেতুৱাইখাইটি গাঁৱত পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ ঘটনা,লম্পট স্বামী শ্বহিদুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে দীৰ্ঘদিন ধৰি তেওঁৰ পত্নীক শাৰিৰীক মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ। ভুক্তভোগী পত্নীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।