ভূৰাগাঁও: টেঙাগুৰিত কংগ্ৰেছ-এআইইউডিএফ কৰ্মীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এআইইউডিএফৰ সভাত কংগ্ৰেছ জিন্দাবাদ শ্লʼগান দিয়াকলৈ
টেঙাগুৰি বজাৰত কংগ্ৰেছ আৰু এআইইউডিএফৰ কৰ্মীৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। উল্লেখ্য যে,এআইইউডিএফৰ এখনি প্ৰাক নিৰ্বাচনী সভাৰ শেষত কিছু কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ জিন্দাবাদ শ্ল'গান দিয়াকলৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।