Public App Logo
Jansamasya
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
No video available

ভূৰাগাঁও: ভূৰাগাঁৱৰ টেঙাগুৰিত এ আই ইউ ডি এফ দলৰ প্ৰাক নিৰ্বাচনী সভা,উপস্থিত থাকে দলটোৰ দুই বিধায়ক।

Bhuragaon, Morigaon | Feb 10, 2024
নগাঁও লোকসভা সমষ্টিৰ ভূৰাগাঁৱৰ টেঙাগুৰিত আজি অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ এখনি প্ৰাক নিৰ্বাচনী সভা। সভাখনত উপস্থিত থাকে দলটোৰ চেঙা সমষ্টিৰ বিধায়ক, আশ্ৰাফুল হুছেইন, কাটলি চেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ লগতে দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতৃত্ব।
ভূৰাগাঁও: ভূৰাগাঁৱৰ টেঙাগুৰিত এ আই ইউ ডি এফ দলৰ প্ৰাক নিৰ্বাচনী সভা,উপস্থিত থাকে দলটোৰ দুই বিধায়ক। - Bhuragaon News