Public App Logo
Jansamasya
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
Newsupdate
���निका
No video available

ভূৰাগাঁও: লাহৰীঘাটত দলীয় কৰ্মীৰ সৈতে লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংগঠনিক দিশত আলোচনা কৰে AIUDFৰ কেন্দ্ৰীয় সদস্য তথা জিলা সভাপতিয়ে

Bhuragaon, Morigaon | Feb 2, 2024
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি লাহৰীঘাট বজাৰত AIUDFৰ দলীয় কৰ্মীৰ সৈতে সাংগঠনিক দিশত আলোচনা কৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা মৰিগাঁও জিলা সমিতিৰ সভাপতি ছিদ্দিক আহমেদে। উল্লেখযোগ্য যে,দলটোৰ প্ৰধান লক্ষ্য হৈছে নগাঁও লোকসভা সমষ্টিত AIUDF দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা।