Public App Logo
Jansamasya
News
Bjp
National
Bihar
India
कांग्रेस
भाजपा
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
सोशल_मीडिया
Madhyapradesh
Pmmodi
Rahulgandhi
Ipl
Haryana
Uttarpradesh
Cricket

News in Mazbat

বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আজি ওদালগুৰিত ‘FIT INDIA CYCLING DRIVE 2026’ শীৰ্ষক এটি চাইকেল ৰেলী উলিওৱা হয়। ওদালগুৰি চাইক্লিং কমিউনিটি আৰু Fit India ৰ উদ্যোগত তথা ওদালগুৰি আৰক্ষী আৰু Help Aid India Foundation ৰ সহযোগত অনুষ্ঠিত এই ৰেলীত অংশ গ্ৰহণ কৰে ওদালগুৰিৰ নয়নমণি বৰ্মন, ওদালগুৰি থানাৰ মনোজ্জল গগৈ, পৰ্যায়ৰ প্ৰাক্তন হকী খেলুৱৈ ৰিংকি চৌহানৰ লগতে বহু বিশিষ্ট ব্যক্তি।
Udalguri LIVE - Digital
Udalguri LIVE - BODO
Udalguri Police

বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আজি ওদালগুৰিত ‘FIT INDIA CYCLING DRIVE 2026’ শীৰ্ষক এটি চাইকেল ৰেলী উলিওৱা হয়। ওদালগুৰি চাইক্লিং কমিউনিটি আৰু Fit India ৰ উদ্যোগত তথা ওদালগুৰি আৰক্ষী আৰু Help Aid India Foundation ৰ সহযোগত অনুষ্ঠিত এই ৰেলীত অংশ গ্ৰহণ কৰে ওদালগুৰিৰ নয়নমণি বৰ্মন, ওদালগুৰি থানাৰ মনোজ্জল গগৈ, পৰ্যায়ৰ প্ৰাক্তন হকী খেলুৱৈ ৰিংকি চৌহানৰ লগতে বহু বিশিষ্ট ব্যক্তি। Udalguri LIVE - Digital Udalguri LIVE - BODO Udalguri Police

Udalguri, Udalguri | Jun 7, 2026

◾ অগ্নিপথ আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ ৫০ গৰাকী বড়ো যুৱকৰ ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ ।
◾ ওদালগুৰি জিলা প্ৰশাসন আৰু ভাৰতীয় সেনাৰ নিযুক্তি লাভ কৰা যুৱকসকলক সম্বৰ্ধনা।
◾ ১১৯ গৰাকী নিৰ্বাচিত যুৱকৰ ভিতৰত ৫০ গৰাকীয়ে ইতিমধ্যে ভাৰতীয় সেনাবাহিনীত যোগদানৰ পত্ৰ লাভ কৰিছে।

Udalguri LIVE - Digital

◾ অগ্নিপথ আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ ৫০ গৰাকী বড়ো যুৱকৰ ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ । ◾ ওদালগুৰি জিলা প্ৰশাসন আৰু ভাৰতীয় সেনাৰ নিযুক্তি লাভ কৰা যুৱকসকলক সম্বৰ্ধনা। ◾ ১১৯ গৰাকী নিৰ্বাচিত যুৱকৰ ভিতৰত ৫০ গৰাকীয়ে ইতিমধ্যে ভাৰতীয় সেনাবাহিনীত যোগদানৰ পত্ৰ লাভ কৰিছে। Udalguri LIVE - Digital

Udalguri, Udalguri | Jun 7, 2026

BPF আৰু BJP ৰ উদ্যোগত শুক্ৰবাৰে ওদালগুৰি জিলাৰ ১১৭ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক ৰূপনাথ ব্ৰহ্ম শৈক্ষিক বটাঁ সহ ২০ হাজাৰ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়।  ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত বিটিচিৰ উপ- মুখ্য কাৰ্য্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক ৰিহণ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভিয্যপূৰ্ণ অনুষ্ঠানত ওদালগুৰি জিলা খনৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মাতৃভাষা বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ১১৭ গৰাকী শিক্ষাৰ্থীক ৰূপনাথ ব্ৰহ্ম শৈক্ষিক বটাঁ , ২০ হাজাৰ টকাৰ আৰ্থিক অনুদান , এখন মানপত্ৰ , আৰনাই আৰু গছৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়

Udalguri, Udalguri | Jun 6, 2026