উজনি অসমৰ বানাক্ৰান্তক সহায়ৰ বাবে আগ বাঢ়ি আহিছে Bhairabkunda Eco-Tourism and Conservation Society । অনুষ্ঠানটোৱে ৫০ টা পৰিয়ালৰ বাবে যোগান কৰিলে আঠুৱা, বাল্টি, মগ ,মম, ব্লিচিং পাউদা, লাইটাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰী। ওদালগুৰি লাইভৰ জৰিয়তে বানাক্ৰান্তক প্ৰেৰণ কৰা হ'ব এই সামগ্ৰী সমূহ। আজি ওদালগুৰি লাইভৰ কাৰ্য্যালয়ত জমা দিয়ে এই সামগ্ৰী সমূহ।
Udalguri, Udalguri | Aug 2, 2026