Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
Gujarat
Congress
Modi
Delhi
Viral
Up
Rajasthan
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh

News in Udalguri

ওদালগুৰিৰ কৃষক সকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ। মাথোঁ ১০০ টকা খৰছ কৰি সুৰক্ষিত কৰক নিজৰ কষ্টৰ ফচল।প্ৰাকৃতিক দুৰ্যোগৰ বাবে খেতিডৰা নষ্ট হ'লেও, এতিয়া আৰু নকৰিব চিন্তা,কৃষি বীমাৰ পৰা আপুনি লাভ কৰিব উপযুক্ত ক্ষতিপূৰণ।ওদালগুৰি জিলাত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সজাগতা সভা

Udalguri, Udalguri | Jul 9, 2026

অফাৰ অফাৰ অফাৰ । এযোৰ কাপোৰ কিনক লগত লৈ যাওঁক দুযোৰ কাপোৰ ।এযোৰ চিণ্ডেল কিনক লৈ যাওক দুযোৰ চেণ্ডেল।শিশুৰ বিভিন্ন কাপোৰ আৰু জোতা চেণ্ডেলত পাব বিশেষ অফাৰ । চিলেক্টেত আকৰ্ষণীয় চেণ্ডেলত পাব ৩০% অফ। বিভিন্ন Summer collectionৰ অফাৰ লৈ ওদালগুৰিৰ Firstcry* সাজু হৈছে বিশেষ ৰূপত।নতুন নতুন অফাৰৰ বাবে আহক ওদালগুৰি চহৰৰ Firstcry* ত

Udalguri, Udalguri | Jul 7, 2026

গ্ৰাম্যাঞ্চলৰ ৰাইজৰ বাবে সৰ্বজনীন আৰু গুণগত প্ৰাথমিক স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত ওদালগুৰিৰ এডামছ হ'লত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR), গেইটছ ফাউণ্ডেচন , বড়োলেণ্ড বিশ্ববিদ্যালয়,  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ  শীৰ্ষ বিষয়ববীয়া তথা প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰা এই বৈঠকত স্বাস্থ্য কেন্দ্ৰ আৰু আৰোগ্য মন্দিৰ সমূহৰ জৰিয়তে ওদালগুৰি জিলাখনৰ সৰ্বসাধাৰণ ৰাইজক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ বিষয়টোকলৈ আলোচনা কৰা হয়।

Udalguri, Udalguri | Jul 6, 2026

প্ৰতিবাদৰ নামৰ বিটিচিত অসমীয়া ভাষাক চৰম অপমান । বিধানসভাৰ ল'গৰ পৰা বড়ো ভাষা আঁতৰাই দিয়া বুলি অপ-প্ৰচাৰ চলাৰ পিছতে কোকৰাঝাৰত অসমীয়া ভাষাত ক'লা ৰং সানিলে BONSU নামৰ অখ্যাত সংগঠন এটাই। উল্লেখ যে, বিধানসভাৰ ল'গৰ পৰা বড়ো ভাষা আঁতৰ কৰা সিদ্ধান্ত লোৱা নাছিল কোনো সমিতিয়ে। কেৱল ৰাষ্ট্ৰ ভাষা সংযোগৰ লোৱা হৈছিল সিদ্ধান্ত। অপ-প্ৰচাৰৰ সুযোগতে অসমীয়া ভাষাৰ বেনাৰত ক'লা ৰং সানে একাংশই।

#bodolandterritorialregion
#assamese

প্ৰতিবাদৰ নামৰ বিটিচিত অসমীয়া ভাষাক চৰম অপমান । বিধানসভাৰ ল'গৰ পৰা বড়ো ভাষা আঁতৰাই দিয়া বুলি অপ-প্ৰচাৰ চলাৰ পিছতে কোকৰাঝাৰত অসমীয়া ভাষাত ক'লা ৰং সানিলে BONSU নামৰ অখ্যাত সংগঠন এটাই। উল্লেখ যে, বিধানসভাৰ ল'গৰ পৰা বড়ো ভাষা আঁতৰ কৰা সিদ্ধান্ত লোৱা নাছিল কোনো সমিতিয়ে। কেৱল ৰাষ্ট্ৰ ভাষা সংযোগৰ লোৱা হৈছিল সিদ্ধান্ত। অপ-প্ৰচাৰৰ সুযোগতে অসমীয়া ভাষাৰ বেনাৰত ক'লা ৰং সানে একাংশই। #bodolandterritorialregion #assamese

Udalguri, Udalguri | Jul 6, 2026

ওদালগুৰি জিলা ইউ.এন একাডেমি পৰীক্ষা বৰ্ডৰ উদ্যোগত আৰু বড়ো শৈক্ষিক ট্ৰাষ্ট আৰু চ'চাইটিৰ পৃষ্ঠপোষকতাত ওদালগুৰিৰ ইউ.এন একাডেমিত   আয়োজিত দুদিনীয়া  শিক্ষক কৰ্মশালা আৰু  অভিনন্দন অনুষ্ঠানৰ সামৰণি ।

ওদালগুৰি জিলা ইউ.এন একাডেমি পৰীক্ষা বৰ্ডৰ উদ্যোগত আৰু বড়ো শৈক্ষিক ট্ৰাষ্ট আৰু চ'চাইটিৰ পৃষ্ঠপোষকতাত ওদালগুৰিৰ ইউ.এন একাডেমিত আয়োজিত দুদিনীয়া শিক্ষক কৰ্মশালা আৰু অভিনন্দন অনুষ্ঠানৰ সামৰণি ।

Udalguri, Udalguri | Jul 3, 2026

চৰকাৰী কৰ্মচাৰী সকলে পেঞ্চনৰ ফাইলৰ বাবে বহু সময় অপেক্ষা কৰি থাকিব লাগে বুলি অভিযোগ উঠাৰ সময়তে ওদালগুৰি জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি আহিছে এক প্ৰশংসনীয় পদক্ষেপ।

Udalguri, Udalguri | Jul 1, 2026

১৭১ সংখ্যক চাওতাল ৰাষ্ট্ৰীয় সংহতি দিৱস উপলক্ষে ওদালগুৰিত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী। অনুষ্ঠানত ১৮৫৫ চনৰ 'হুল' বিদ্ৰোহৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১০০ৰো অধিক চাওতাল ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত সোমবাৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত লোকনিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ অধীনত ওদালগুৰি জিলাত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি, কামৰ মানদণ্ড আৰু ৰূপায়ণৰ অৱস্থা সম্পৰ্কে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত সংশ্লিষ্ট বিভাগ সমূহৰ জ্যেষ্ঠ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকি বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে। 

    Hagrama Mohilary

ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত সোমবাৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত লোকনিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ অধীনত ওদালগুৰি জিলাত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি, কামৰ মানদণ্ড আৰু ৰূপায়ণৰ অৱস্থা সম্পৰ্কে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত সংশ্লিষ্ট বিভাগ সমূহৰ জ্যেষ্ঠ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকি বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে। Hagrama Mohilary

Udalguri, Udalguri | Jun 30, 2026

অখিল গগৈয়ে আমাৰ বিটিচিত কি পায়। তাৰ কি আছে বিটিচিত।
সি যোৰহাটৰ মানুহ , তাত কাম কৰি থাকক। - হাগ্ৰামা মহিলাৰী

#HagramaMohilary
#AkhilGogoi

অখিল গগৈয়ে আমাৰ বিটিচিত কি পায়। তাৰ কি আছে বিটিচিত। সি যোৰহাটৰ মানুহ , তাত কাম কৰি থাকক। - হাগ্ৰামা মহিলাৰী #HagramaMohilary #AkhilGogoi

Udalguri, Udalguri | Jun 29, 2026