সোণাৰি: বাউলীপুখুৰীত চাদৰি আনচাৰী নামৰ ব্যক্তিজনৰ ব্যৱসায়িক প্রতিষ্ঠানত চুৰিকাণ্ড, চোৰে চুৰ কৰিলে ১ লাখ টকা
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ এলেকাৰ বাউলী পুখুৰীত চদৰি আনচাৰী নামৰ ব্যক্তি জনৰ ব্যৱসায়ীক প্রতিষ্ঠানত চুৰি কাণ্ড। এজন ১৩ বছৰীয়া কিশুৰে ব্যৱসায়ীক প্রতিষ্ঠানত প্রায় ১ লাখ টকা লৈ পলায়ন কৰে আজি পুনৰ চুৰি কৰিবলৈ যাওঁতেই হাতে লোতে আটক কৰি মথুৰাপুৰ আৰক্ষী থানাত চমজাই দিয়ে। মথুৰাপুৰ থানাত কিশুৰ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।