সোণাৰি: চৰাইদেউ চ্যুকাফা নগৰৰ সমীপত চৰাইদেউ জিলা পৰিবহণ বিভাগে নথি-পত্ৰ নোহোৱা এখন ট্ৰেইলাৰ জব্দ কৰি মথুৰাপুৰ আৰক্ষীক চমজাই দিয়ে
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ এলেকাৰ চৰাইদেউ চ্যুকাফা নগৰ সমিপত এখন নথী পত্ৰ নোহোৱা এখন ট্ৰেলাৰ জব্দ চৰাইদেউ পৰিবহন বিভাগে নামতোলাৰ পৰা আমগুৰিলৈ যাওঁতেই চৰাইদেউ চ্যুকাফা শৰ নিয়া আলিত জব্দ কৰে চৰাইদেউ পৰিবহন বিভাগে ৷ বাহন খনৰ নম্বৰ AS 09C9746 ৷