Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
No video available

সোণাৰি: এঙেৰা পানীজানত ভয়ংকৰ পথ দুৰ্ঘটনা, পথত শুই থকা গৰুক খুন্দিয়াই গুৰুতৰভাৱে আহত বাইক চালক

Sonari, Charaideo | May 31, 2024
চৰাইদেউ জিলাৰ এঙেৰা পানীজানত ভয়ংকৰ পথ দুৰ্ঘটনা নিমনাগড় পৰা টেঙাপুখুৰী অভিমুখে অহা পালচাৰ বাইক দুৰ্ঘটনাগ্ৰস্ত ৷তীব্ৰ বেগত অহা পালচাৰ বাইকে পথত শুই থকা গৰুক খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত বাইকৰ চালকক উদ্ধাৰ কৰি সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ স্থানীয় ৰাইজৰ ৷

MORE NEWS