সোণাৰি: মথুৰাপুৰ গেছ কোম্পানী তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী বাইক আৰু বলেৰো পিক আপ বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন
চৰাইদেউ মথুৰাপুৰ গেছ কোম্পানী তিনি আলিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷তীব্ৰ বেগী R 15 বাইক আৰু বলেৰ পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত থিতাতে নিহত এজনৰ ঘটনাস্থলিত আহত দুজন যুৱক সংকটজনক অৱস্থাত সোণাৰি চিকিৎসালয়লত দীপ মূড়া নামৰ এজন যুৱকৰ মৃত্যু হয় আজি দিনৰ প্ৰায় ২-৫০ বজাত মথুৰাপুৰ গেছ কোম্পানী তিনিআলিত বাইক আৰু বলেৰ' পিক আপৰ মাজত সংঘৰ্ষত মথুৰাপুৰৰ অংগসৌষ্ঠৱ বৰগোহাঁই নামৰ যুৱকজনৰ ঘটনাস্থলিত থিতাতে মৃত্যু।