Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: ভেৰগাঁওত জিলা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হয়, উপস্থিত থাকে ইএম লৌমশ্ৰাউ দৈমাৰী

Udalguri, Udalguri | Nov 23, 2025
ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ চতুৰ্থ সংখ্যক বাৰ্ষিক অধিবেশন খন ভেৰগাঁওত অনুষ্ঠিত হয়। অধিৱেশন সতে সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হয়। উক্ত মুকলি সভাতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উক্ত স্মৃতিগ্ৰন্থ উন্মোচন কৰি উপস্থিত ৰাইজৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে বিটিচিৰ ইএম লৌমশ্ৰাউ দৈমাৰীয়ে। ইপিনে উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিষয় ববিয়া আৰু কাৰ্যকতা সকলৰ লগতে অঞ্চলৰ সাহিত্য প্ৰেমী ৰাইজ উপস্থিত থাকে।

MORE NEWS