Public App Logo
Profile Picture

বাস্তৱ নিউজ

@bastav_news
5849Followers
5Following
ওদালগুৰি: ডিমাকুচিত বাল্য বিবাহ ৰোধ কৰাৰ বাবে চাত্ৰা সংগঠনে ৰূপায়ণ প্ৰতিবাদী কাৰ্যসূচী
ওদালগুৰি: বড়িগাঁৱত হোৱা প্ৰাক্তন বিধায়ক সোঁৱৰণী ফুটবল প্ৰতিযোগিতা চূড়ান্ত খেল উদ্ধোধন কৰে বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে
ওদালগুৰি: বিজেপিৰ জিলা কাৰ্যালয়ত জিলা বিজেপিৰ নৱ নিৰ্বাচিত সভাপতিক অভিনন্দন জনালে জিলা সমিতিয়ে
ওদালগুৰি: চহৰৰ মাজমজিয়াত জনজাতিকৰণৰ বিৰুদ্ধে বিভিন্ন জনজাতীয় দল সংগঠনে প্ৰতিবাদী ৰেলী উলিয়ায়
ওদালগুৰি: জিলা বিজেপিৰ কাৰ্যালয়ত জিলা সমিতিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়, উপস্থিত থাকে এমচিএলএ অৰ্জুন দৈমাৰী
ওদালগুৰি: কুলচীপাৰ চকত বাছ আৰু বাইকৰ মাজত সংঘটিত হয় এক পথ দুৰ্ঘটনা, এজন গুৰুতৰভাৱে আহত হয়
ওদালগুৰি: টংলাত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰ আৰু সজাগতা সভাত জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকন চন্দ্ৰ ডেকাৰ অংশগ্ৰহণ
ওদালগুৰি: খৃষ্টানপাৰা বাথৌ থানচালিত অনুষ্ঠিত হোৱা আধ্যাত্মিক কাৰ্যসূচীত বিটিচিৰ এমচিএলএ অৰ্জুন দৈমাৰীৰ অংশগ্ৰহণ
ওদালগুৰি: মাজুলী চাহ বাগিচাত শ্ৰমিকৰ সমস্যা সন্দৰ্ভত বাগিচাৰ পৰিচালকৰ আলোচনা কৰে প্ৰাক্তন সাংসদ চান্তিয়াজ কুজুৰে
ওদালগুৰি: জিলা আয়ুক্তৰ কাৰ্য্যালয় সভাকক্ষত হাতী মানুহৰ সংঘাত সম্পৰ্কীয় সজাগতা সভাত বিটিচিৰ ডিপুটি চীফ ৰিহণ দৈমাৰীৰ অংশগ্ৰহণ
ওদালগুৰি: নমাটিত দিন দুপৰতে সংঘটিত হয় চুৰিকাণ্ড,চোৰে লুটি নিলে নগদ ধন সহ বহু লাখ টকাৰ সোণৰ আ অলংকাৰ
ওদালগুৰি: গৰুৱাঝাৰত ৰোগ নিৰ্ণয় কেন্দ্ৰ এটি মুকলি কৰা হয়, কেন্দ্ৰটো আঞ্চলিক ভাবে শুভ উদ্বোধন কৰে বিটিচিৰ এমচিএলএ পল টপ্পই
ওদালগুৰি: চহৰৰ জিলা বিপিএফৰ কাৰ্যালয়ত টিচিএলচিচি আৰু ভিচিডিচিৰ অধ্যক্ষক নিযুক্তি পত্ৰ দিয়ে‌ বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰীয়ে
ওদালগুৰি: বামুনজুলিত আদিবাসী অধিকাৰ দিৱস উদযাপন কৰা হয়, উপস্থিত থাকে জিলা আছাৰ সভাপতি শিৱদত তান্তী
ওদালগুৰি: চেনীয়ালপাৰাত অৱস্থিত বিষ্ণু মন্দিৰৰ মনিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ এমচিএলএ দিগন্ত বৰুৱাই
ওদালগুৰি: ভেৰগাঁওত জিলা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হয়, উপস্থিত থাকে ইএম লৌমশ্ৰাউ দৈমাৰী
ওদালগুৰি: বৰনগাঁৱত বড়ো বেপ্তিষ্ট সন্মিলনৰ হীৰক জয়ন্তী উৎসৱ উদযাপন কৰা হয়, উপস্থিত থাকে বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰী
ওদালগুৰি: বটিয়ামাৰিত মাহজোৰা ভাগৱত পাঠৰ সামৰণিৰ কাৰ্যসূচী ৰথযাত্ৰাৰ শুভ উদ্বোধন কৰে এমচিএলএ অৰ্জুন দৈমাৰীয়ে
ওদালগুৰি: হৰিশিঙাত আছাই অনুষ্ঠিত কৰা অসম ভিত্তিত বাইক ৰেলীৰ সামৰণিৰ কাৰ্যসূচীক উষ্ম আদৰণি জনালে আঞ্চলিক আছাই
ওদালগুৰি: খৈৰাবাৰীত ষ্টেডিয়াম নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বিটিচিৰ ইএম লৌমশ্ৰাউ দৈমাৰীয়ে
ওদালগুৰি: মাজবাট বিজেপিৰ প্ৰতিষ্ঠাপক সম্পাদকৰ মৃত্যুত মাজবাটত গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনালে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে
ওদালগুৰি: ডিমাকুচিত অনুষ্ঠিত হয় চাহ মজদুৰ সংঘৰ বিশেষ জৰুৰী সভা, উপস্থিত থাকে চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাৰ সভাপতি ৰতন কুৰ্মী
ওদালগুৰি: মহাবিদ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনে অনুষ্ঠিত কৰা মা অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অংশগ্ৰহণ
ওদালগুৰি: কলাইগাঁৱত অনুষ্ঠিত বিজ্ঞানৰ আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা উদ্বোধন কৰে চক্ৰ বিষয়া ডাঃ প্ৰীয়ংকা বনিয়াই
ওদালগুৰি: বামুনজুলিত আগছুৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা তিহাৰ সমাৰোহ আৰু অধিবেশনৰ হিচাপ দাখিলৰ লগতে নতুন সমিতি গঠন সভা অনুষ্ঠিত হয়