◾ সমগ্ৰ ৰাজ্যৰ লগতে মাজবাটৰ লামাবাৰী VCDCতো খেল মহাৰণ ৩.০ৰ শুভাৰম্ভ।
◾ লামাবাৰী এম ই স্কুলৰ খেলপথাৰত আনুষ্ঠানিক উদ্বোধন পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ।
◾ ভলীবল, ফুটবল, দবা, যোগাসনকে ধৰি সাতটা ক্ৰীড়া শাখাত প্ৰতিযোগিতা।
◾ খেল মহাৰণৰ জৰিয়তে গ্ৰাম্য পৰ্যায়ৰ প্ৰতিভাৱান খেলুৱৈক প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ।
◾ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপনৰ লগতে আতচবাজীৰ ব্যৱহাৰ সন্দৰ্ভতো মন্তব্য মন্ত্ৰী চৰণ বড়োৰ।
Charan Boro
#charanboro