◾ খেল মহাৰণ ৩.০ৰ অধীনত ওদালগুৰি পৌৰসভা পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত।
◾ পি এম শ্ৰী ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিটিচি বিধানসভাৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে।
◾ ভলীবল, যোগাসন, দবা, ফুটবল, এথলেটিকছ, বক্সিংকে ধৰি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ ৮২০০ খেলুৱৈৰ।
◾ অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰিৰ চক্ৰ বিষয়া মন্তোষ চক্ৰৱৰ্তী, বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীসহ বহু বিশিষ্ট ব্যক্তি।