Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বাক্সা: বাক্সাৰ অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰে সৈতে জড়িত গোলাপ দাসৰ বিয়োগ

Baska, Baksa | Nov 25, 2025
বাক্সাৰ বাৰাপেটা ওজাপাৰ ব্লকৰ প্ৰাক্তন শিক্ষক, অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰে সৈতে জড়িত গোলাপ দাস দেৱৰ বিয়োগ। তেখেতৰ মৃত্যু অঞ্চলবাসীৰ বাবে এক অপূৰণীয় ক্ষতি ৷ অঞ্চলবাসী তথা বিভিন্ন দল সংগঠনৰ লগতে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে বাসগৃহত উপস্থিত হয়।

MORE NEWS