বাক্সা: অসম বিধান সভা শীতকালীন অধিৱেশন দৰ্শন কৰাৰ বাবেই বাক্সা জিলাৰ সভাপতি ৰিদীপ কুমাৰ ডেকাৰ নেতৃত্বত যাত্ৰা
Baska, Baksa | Nov 28, 2025 আজি অসম বিধান সভা শীতকালীন অধিৱেশন দৰ্শন কৰাৰ বাবেই বাক্সা জিলাৰ সভাপতি ৰিদীপ কুমাৰ ডেকাৰ নেতৃত্বত তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আগ্ৰহত বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকল গুৱাহাটী অভিমুখে যাত্ৰা কৰে।