বাক্সা: তামুলপুৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি-অৱস্থান ধৰ্মঘট
Baska, Baksa | Nov 27, 2025 তামুলপুৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি-অৱস্থান। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত কৰ্মবিৰতি-অৱস্থান। পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত এই প্রতিবাদকাৰি।