Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

বাক্সা: হাওৰাগুৰি দেৱযানীৰ মৃত্যু খবৰ পায় উপস্থিত ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা

Baska, Baksa | Nov 28, 2025
কিছুদিনপূৰ্বে তামুলপুৰ জিলাৰ গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাওৰাগুৰি নিবাসী তথা নাগ্ৰীজুলি বজাৰ ৰাজহুৱা দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক পৰাগ শৰ্মাৰ মাতৃ দেৱযানী দেৱীৰ উচ্চ ৰক্তচাপজনিত কাৰণত আকস্মিক বিয়োগ ঘটে আজি উপস্থিত ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা ।
বাক্সা: হাওৰাগুৰি দেৱযানীৰ মৃত্যু খবৰ পায় উপস্থিত ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা - Baska News