বাক্সা: নাগ্ৰিজুলী প্ৰায়মাৰীৰ ইউপিপিএল দলৰ কাৰ্যকৰ্তা সকলে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে সাজু
Baska, Baksa | Nov 27, 2025 নাগ্ৰিজুলী প্ৰায়মাৰীৰ ইউপিপিএল দলৰ কাৰ্যকৰ্তা সকলে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে সাজু। আগন্তক ২৬ ৰ নিৰ্বাচন লৈ আজি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে ।