বাক্সা: বাক্সাৰ শালবাৰীত চৰকাৰী এনপিএছ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী
Baska, Baksa | Nov 27, 2025 বাক্সাৰ শালবাৰীত চৰকাৰী এনপিএছ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী। অ'পিএছ প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। শালবাৰী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত।