কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৱহেলিত ভাৰতীয় সেনা জোৱান! ভাৰত-চীন সীমান্তত নিয়োজিত সেনাক গুৰুত্বহীন প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ! সীমান্তত থকা ভাৰতীয় সেনাৰ বাবে নাই বাংকাৰৰ ব্যৱস্থা। প্ৰচণ্ড ঠাণ্ডাত টেণ্টত কটাব লাগে সীমা সুৰক্ষাৰ দায়িত্বত নিয়োজিত সেনা জোৱানে। পথ আৰু হেলিপেডৰ দৰে ব্যৱস্থাৰ পৰাও বঞ্চিত ভাৰতীয় সেনা। জোৱানৰ বাবে খাদ্য-সামগ্ৰী প্ৰেৰণৰ বাবেও নাই কোনো ব্যৱস্থা। অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ বাস্তৱ ছবি উদঙালে স্থানীয় মহিলাই।
Assam, India | Nov 17, 2026